Followers

Friday, July 7, 2017

Korotolo Komolo কৰতল কমল । Srimanta Sankaradeva(Krishna bhajan.175)

Korotolo Komolo কৰতল কমল । Srimanta Sankaradeva(Krishna bhajan.175)

(assamese)

 https://youtu.be/46FYYDQRAOo


The great poem by Srimanta Sankaradev, when he was 12 year old.The poem was written before he was taught the vowels.
"কৰতল কমল কমল দল নয়ন |
ভব দব দহন গহন-বন শয়ন ||
নপৰ নপৰ পৰ সতৰত গময় |
সভয় মভয় ভয় মমহৰ সততয় ||
খৰতৰ বৰ শৰ হত দশ বদন |
খগচৰ নগধৰ ফনধৰ শয়ন ||
জগদঘ মপহৰ ভৱ ভয় তৰণ |
পৰ পদ লয় কৰ কমলজ নয়ন " 

 

 https://youtu.be/aklbZ-Q2pQE

 https://youtu.be/bfgyXEVVdnI



 https://youtu.be/SZfYzrsN1e0

No comments:

Post a Comment